যোৰহাট সদৰ থানাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।
থানাৰ লকআপৰ ভিতৰতে আত্মহত্যা কৰে এগৰাকী আচামীয়ে।
আত্মহত্যা কৰা আচামীৰ নাম ছবিৰ আনচাৰী বুলি জানিব পৰা গৈছে।

ম’বাইল চুৰিৰ গোচৰত ঢাকাইপট্টিৰ পৰা আৰক্ষীয়ে আটক কৰিছিল ছবিৰক।
লগতে চাওকঃ
কৃত্ৰিম বানৰ মাজত অঘটন! ইনভাৰ্টাত সােমাল পানী, বিদ্যুৎস্পৃষ্ট হৈ মহিলাৰ কৰুণ মৃত্যু









