সাধাৰণ জনতাৰ মূৰত ৰামটাঙোন! পুনৰ প্ৰতি ইউনিটত ৫০ পইচাকৈ বৃদ্ধি পাব বিদ্যুতৰ মাচুল… January 28, 2023 by NEWS DESKসাধাৰণ জনতাৰ মূৰত পুনৰ ৰামটাঙোন।ৰাজ্যত পুনৰ বৃদ্ধি পাব বিদ্যুতৰ মাচুল।প্ৰতি ইউনিটত বৃদ্ধি কৰা হ’ব ৫০ পইচাকৈ।প্ৰতি ইউনিটত FPPAয়ে ৫০ পইচাকৈ বৃদ্ধি কৰা হৈছে।ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিল মাহলৈ কাৰ্যকৰী হ’ব বৰ্ধিত নিৰিখ।Related Posts:ব’হাগৰ বতৰত দুঃখবৰ! বিহু গাই ওভতাৰ পথতে মৃত্যুক…দুই কণমানি কন্যাক নৃশংসভাৱে হত্যা! পাষাণ মাতৃক…ছিংগাপুৰৰ ক'ৰনাৰ আদালতৰ চূড়ান্ত ৰায়দান; প্ৰাণৰ…মোদী-শ্বাহৰ মেগা নিৰ্বাচনী প্ৰচাৰ; অসমৰ বাবে বিজেপিৰ…আকাশত বিধ্বংসী অগ্নিকাণ্ড; প্ৰশিক্ষণৰ মাজতে কাৰ্বি…দেশ মাতৃৰ সেৱাৰ সুৱৰ্ণ সুযোগঃ অসমৰ যুৱকৰ বাবে…কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত এয়া কি আচৰণ ভূপেন বৰা,…মহানগৰীত মহিলা অভিযন্তাৰ নৃশংস কাণ্ড! বক্স পালেঙৰ…বিপদ বাঢ়িব পাৰে হিমন্ত বিশ্ব শৰ্মাৰ! মুখ্যমন্ত্ৰীৰ…টিউচন শেষ কৰি বন্ধুৰ সৈতে ওলাই গৈছিল নিহা; নিশাৰ…