পুনৰ বিতৰ্কত ভিক্টৰ দাস।
এইবাৰ মাকৰ ঘৰত সোমাই পত্নী আৰু পত্নীৰ পৰিয়ালৰ সদস্যক মাৰপিট কৰাৰ অভিযোগ ভিক্টৰ দাসৰ বিৰুদ্ধে।
গোশালা আৰক্ষী চকীত এজাহাৰ দাখিল ভিক্টৰৰ বিৰুদ্ধে।
ইতিমধ্যেই আৰক্ষীয়ে আটক কৰিছে ভিক্টৰ দাসক।
ঘৰুৱা হিংসা আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ভিক্টৰৰ বিৰুদ্ধে।
IPC 323, 294, 427 ধাৰাৰ অধীনত গোচৰ ৰুজু।









