ফিফা বিশ্বকাপৰ ফাইনেলত ডিঙিত গামোচা লৈ অসমকন্যা গীতিকা তালুকদাৰ, গৌৰৱান্বিত ৰাজ্যবাসী…

ফিফা বিশ্বকাপৰ ফাইনেলত ডিঙিত গামোচা লৈ অসমকন্যা গীতিকা তালুকদাৰ।

গীতিকা হ’ল কাটাৰ বিশ্বকাপত উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ ফটো সাংবাদিক।

কাটাৰৰ ফিফা বিশ্বকাপৰ বহু ৰোমাঞ্চকৰ মূৰ্হুত নিজ কেমেৰাত বন্দী কৰি বিশ্ববাসীলৈ আগবঢ়োৱা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ মহিলা ফটো সাংবাদিক গীতিকা তালুকদাৰ।

বৰ্তমান আন্তঃৰাষ্ট্ৰীয় ফটোগ্ৰাফাৰ গীতিকা তালুকদাৰ।

টকিঅ’ অলিম্পিক, ফিফা বিশ্বকাপ ২০১৮ আৰু IPL ৰ গোটেইকেইটা চিজনৰ কভাৰ কৰিছিল গীতিকাই।

কেমেৰা লেন্সত পৃথিৱী চাব বিচৰা গীতিকাক লৈ এতিয়া গৌৰৱান্বিত ৰাজ্যবাসী।