উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ তাৰিখ ঘােষণা

নিউজ ডেস্ক। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সূচী ঘোষণা।

২০ ফেব্ৰুৱাৰীৰ পৰা ২০ মাৰ্চলৈ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা।

উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সময়সূচীঃ

• ২০ ফেব্ৰুৱাৰীত ইংৰাজী বিষয়ৰ পৰীক্ষা

• ২৩ ফেব্ৰুৱাৰীত পদার্থ বিজ্ঞান, শিক্ষা, একাউন্টেন্সী বিষয়ৰ পৰীক্ষা

• ২৫ ফেব্ৰুৱাৰীত অর্থনীতি বিষয়ৰ পৰীক্ষা

• ২৮ ফেব্ৰুৱাৰীত ৰাজনীতি বিজ্ঞান, ৰসায়ন বিজ্ঞান, বিজনেছ ষ্টাডিজ

• ২ মাৰ্চত আধুনিক ভাৰতীয় ভাষা/ অল্টাৰনেটিভ ইংলিছ

• ৬ মাৰ্চত বুৰঞ্জী আৰু জীৱ বিজ্ঞান বিষয়ৰ পৰীক্ষা

• ৯ মাৰ্চত গণিত বিষয়ৰ পৰীক্ষা

• ১১ মাৰ্চত মনোবিজ্ঞান, তৰ্ক আৰু দৰ্শন বিষয়ৰ পৰীক্ষা

• ১৫ মাৰ্চত ভূগোল বিষয়ৰ পৰীক্ষা

চাওক সময়সূচীঃ

AHSEC
উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ তাৰিখ ঘােষণা 2