ভ্ৰাম্যমান থিয়েটাৰলৈ ৰাজ্য চৰকাৰৰ বিশেষ সাহায্য।
১৭খন ভ্ৰাম্যমাণ থিয়েটাৰক ১০ লাখ টকাকৈ সাহায্য বিতৰণ কৰে ৰাজ্য চৰকাৰে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰে এই বিশেষ সাহায্য।
সাহায্য প্ৰদান অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী বিমল বৰা আৰু বিধায়ক জয়ন্ত মল্ল বৰুৱা।
ইয়াৰোপৰি থিয়েটাৰৰ ৯৭৪ গৰাকী কলা-কুশলীক ৫০ হাজাৰ টকাকৈ সাহায্য প্ৰদান কৰে।
Mobile theatre plays a pivotal role in enriching cultural mosaic of Assam. It also helps in facilitating growth of our socio-cultural, educational & other institutions.
— Himanta Biswa Sarma (@himantabiswa) October 11, 2021
Distributed assistance of Rs 10 Lakh to 17 Mobile Theatre groups to help them tackle fin hardship due to COVID pic.twitter.com/vIuMpFgRXT
Covid-19ৰ বাবে উদ্যোগটো ব্যাপক লোকচানৰ সন্মুখীন হোৱাৰ দিশলৈ লক্ষ্য ৰাখি চৰকাৰে এই সাহায্য প্ৰদান কৰে।









