নিবনুৱাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ
১৫ জানুৱাৰীৰ ভিতৰত ওলাব ১০ হাজাৰ পদৰ বিজ্ঞাপন।
১ লাখ নিযুক্তি প্ৰক্ৰিয়াৰ শেষ হ’ল ৮০ হাজাৰ নিযুক্তি।
বাকী আছে ২০ হাজাৰ পদ। অহা ৩–৪ মাহৰ ভিতৰত শেষ হ’ব ১ লাখ নিযুক্তি।
এই কথা সদৰি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।









