এক শোকাৱহ ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই গছত প্ৰচণ্ড খুন্দা দ্ৰুতবেগী বাহনৰ।
দুৰ্ঘটনাটোৰ ফলত কৰুণ মৃত্যু সাৱটি লয় এগৰাকী লোকে।
আনহাতে গুৰুতৰভাৱে আহত হৈছে আন চাৰিজনকৈ লোক।
চামগুৰিৰ তেলিয়া-সোণাৰি গাঁৱত সংঘটিত হৈছে এই শোকাৱহ পথ দুৰ্ঘটনাটো।
মৃত লোকজনৰ নাম জয়ন্ত হাজৰিকা বুলি জানিব পৰা গৈছে।
আহত আটাইকেইজনকে নগাঁও চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।









