অসম

সাংবাদিকক দুৰ্ব্যৱহাৰ কৰি নিলম্বিত হ’ল আৰক্ষী উপ-পৰিদৰ্শক ভাস্কৰ বৰা…

সাংবাদিকক দুৰ্ব্যৱহাৰ কৰি নিলম্বিত হ’ল এগৰাকী আৰক্ষী বিষয়া।

হোজাই থানাৰ উপ-পৰিদৰ্শক ভাস্কৰ বৰাক নিলম্বন।

সাংবাদিকক দুৰ্ব্যৱহাৰ কৰিছিল ভাস্কৰ বৰাই।

আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ নিৰ্দেশত তাৎক্ষণিকভাৱে নিলম্বন।

শুক্ৰবাৰে নিশা শিৱদয়াল সিং নামৰ এজন সাংবাদিকক বেআইনীভাৱে থানালৈ আনি আতিশয্য চলাইছিল আৰক্ষী বিষয়াজনে।

জিলা সাংবাদিকৰ লিখিত অভিযোগৰ ভিত্তিত নিলম্বন বিষয়াগৰাকীক।