চাঞ্চল্যকৰ! বহিঃৰাজ্যত পুনৰ এজন অসমীয়াক হত্যা

এক চাঞ্চল্যকৰ ঘটনা।

বহিঃৰাজ্যত পুনৰ এজন অসমীয়াক হত্যা।

বেংগালুৰুত নিৰ্মম হত্যাৰ বলি দৰঙৰ মকবুল হুছেইন।

ছিকিউৰিটী গাৰ্ডত কৰ্মৰত আছিল পশ্চিম পদুঘাটৰ মকবুল।

অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰি থৈ যায় মকবুলক।

ঘটনাক লৈ পৰিয়ালৰ মাজত সৃষ্টি শোকাকুল পৰিৱেশৰ।