চাঞ্চল্যকৰ! বহিঃৰাজ্যত পুনৰ এজন অসমীয়াক হত্যা November 19, 2022 by NEWS DESKএক চাঞ্চল্যকৰ ঘটনা।বহিঃৰাজ্যত পুনৰ এজন অসমীয়াক হত্যা।বেংগালুৰুত নিৰ্মম হত্যাৰ বলি দৰঙৰ মকবুল হুছেইন।ছিকিউৰিটী গাৰ্ডত কৰ্মৰত আছিল পশ্চিম পদুঘাটৰ মকবুল।অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰি থৈ যায় মকবুলক।ঘটনাক লৈ পৰিয়ালৰ মাজত সৃষ্টি শোকাকুল পৰিৱেশৰ।Related Posts:ব’হাগৰ বতৰত দুঃখবৰ! বিহু গাই ওভতাৰ পথতে মৃত্যুক…দুই কণমানি কন্যাক নৃশংসভাৱে হত্যা! পাষাণ মাতৃক…ছিংগাপুৰৰ ক'ৰনাৰ আদালতৰ চূড়ান্ত ৰায়দান; প্ৰাণৰ…মোদী-শ্বাহৰ মেগা নিৰ্বাচনী প্ৰচাৰ; অসমৰ বাবে বিজেপিৰ…আকাশত বিধ্বংসী অগ্নিকাণ্ড; প্ৰশিক্ষণৰ মাজতে কাৰ্বি…দেশ মাতৃৰ সেৱাৰ সুৱৰ্ণ সুযোগঃ অসমৰ যুৱকৰ বাবে…কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত এয়া কি আচৰণ ভূপেন বৰা,…মহানগৰীত মহিলা অভিযন্তাৰ নৃশংস কাণ্ড! বক্স পালেঙৰ…বিপদ বাঢ়িব পাৰে হিমন্ত বিশ্ব শৰ্মাৰ! মুখ্যমন্ত্ৰীৰ…টিউচন শেষ কৰি বন্ধুৰ সৈতে ওলাই গৈছিল নিহা; নিশাৰ…