K.K খ্যাত অসমৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা অসুস্থ, ICUত ভৰ্তি…

অসমৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা অসুস্থ।

K.K খ্যাত অসমৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা অসুস্থ।

উচ্চ ৰক্তচাপৰ লগতে ষ্ট্ৰোকত আক্ৰান্ত অভিনেতাজন।

অভিনেতাজনক সম্প্ৰতি গুৱাহাটীৰ হেল্থ চিটী হাস্পতালত ভৰ্তি।

বৰ্তমান ICCUত চিকিৎসাধীন হৈ আছে অভিনেতাগৰাকী।