জটিল অস্ত্ৰোপ্ৰচাৰৰ প্ৰয়োজন! উন্নত চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ যাব লাগিব অখিল গগৈ…

অসুস্থ হৈ বৰ্তমানেও চিকিৎসাধীন হৈ আছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ।

GMCHত এতিয়াও চিকিৎসাধীন বিধায়ক অখিল গগৈ।

হৃদজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ।

অখিল গগৈৰ প্ৰয়োজন এক জটিল অস্ত্ৰোপ্ৰচাৰৰ।

সেই অস্ত্ৰোপ্ৰচাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সম্ভৱ নহয়।

সেয়ে অখিল গগৈক উন্নত চিকিৎসা তথা অস্ত্ৰোপ্ৰচাৰৰ বাবে বাহিৰৰ চিকিৎসালয়লৈ যোৱাৰ পৰামৰ্শ প্ৰদান কৰিছে চিকিৎসকে।

দুই-এদিনতে অখিল গগৈ উন্নত চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ যোৱাৰ সম্ভাৱনা আছে।