দিল্লীত হঠাৎ অসুস্থ বিধায়ক অখিল গগৈ, চিকৎসালয়ত ভৰ্তি…

শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ অসুস্থ।

দিল্লীত বিধায়কগৰাকী হঠাতে অসুস্থ হৈ পৰা বুলি জানিব পৰা গৈছে।

লগে লগে বিধায়ক গগৈক দিল্লীৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হয়।

image 206
দিল্লীত হঠাৎ অসুস্থ বিধায়ক অখিল গগৈ, চিকৎসালয়ত ভৰ্তি... 2

অৱশ্যে বিধায়ক গৰাকীৰ বৰ্তমান স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।

চিকিৎসাৰ অন্তত তেওঁৰ স্বাস্থ্য সুস্থিৰ বুলি চিকিত্‍সকে সদৰি কৰিছে।

লগতে তেওঁক চিকিৎসালয়ৰ পৰা আহিবলৈ অনুমতিও দিয়ে বুলি জানিব পৰা গৈছে।