মহানগৰীৰ বিদ্যালয়ত অঘটন! প্ৰাৰ্থনা সভাৰ মাজতে ঢলি পৰি তৃতীয় শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু…

মহানগৰীৰ বিদ্যালয়ত পুনৰ অঘটন।

প্ৰাৰ্থনা সভাৰ মাজতে ঢলি পৰি এগৰাকী ছাত্ৰীৰ মৃত্যু।

নাৰেঙ্গীৰ বিদ্যমন্দিৰ স্কুলৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু।

G01 3
মহানগৰীৰ বিদ্যালয়ত অঘটন! প্ৰাৰ্থনা সভাৰ মাজতে ঢলি পৰি তৃতীয় শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু... 3

মৃত ছাত্ৰীগৰাকী গীতা মন্দিৰৰ তৃষা আৰ কলিতা বুলি জানিব পৰ গৈছে।

বিদ্যালয়ৰ প্ৰাৰ্থনা সভাৰ মাজতে ঢলি পৰি অচেতন হৈ পৰিছিল ছাত্ৰী গৰাকী।

লগে লগে ছাত্ৰী গৰাকীক সমীপৱৰ্তী ইজী হাস্পতাললৈ হােমলৈ নিয়া হয় যদিও শিশু আইচিইউ নথকা বাবে প্ৰতীক্ষা হাস্পতাললৈ লৈ যোৱা হয়। কিন্তু দুৰ্ভাগ্যজনকভাৱে চিকিৎসকে ছাত্ৰীগৰাকীৰ মৃত বুলি ঘােষণা কৰে।

উল্লেখ্য যে কিছুদিন পূৰ্বেও মহানগৰীৰ ছাত্ৰীবাৰী স্থিত এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অনুৰূপ ধৰণে এগৰাকী ছাত্ৰীয়ে মৃত্যুবৰণ কৰিছিল।

লগতে চাওকঃ

নৃত্য শিল্পী, মডেল হিচাপে জনপ্ৰিয় অধ্যাপিকা ডঃ দীপালী দাসৰ দেহাৱসান…

G5 4
মহানগৰীৰ বিদ্যালয়ত অঘটন! প্ৰাৰ্থনা সভাৰ মাজতে ঢলি পৰি তৃতীয় শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু... 4