চাঞ্চল্যকৰ! মহানগৰীত দিন দুপৰতে গুলীচালনাৰ ঘটনা, আহত এজন…

মহানগৰীত গুলী চালনাৰ ঘটনা।

মহানগৰীৰ বৰ্ষাপাৰাৰ সমীপৰ ইটাৰভাটাত সংঘটিত হৈছে এই গুলী চালনাৰ ঘটনা।

গুলী চালনাৰ ঘটনাত এজন লোক আহত হৈছে বুলি জানিব পৰা গৈছে।

আহত ব্যক্তিজনৰ নাম লিটন মজুমদাৰ।

জানিব পৰা মতে এখন দোকানত ডকাইতৰ চেষ্টা চলাই কৰিছিল এই গুলী চালনা।

আৰক্ষী উপস্থিত হৈ আহত লিটন মজুমদাৰক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱাই।

আৰক্ষীয়ে জব্দ কৰিছে এখন ডাষ্টাৰ বাহন।

Leave a Comment