নতুন বিতৰ্কত অভিজিৎ ভট্টাচাৰ্য, ইতিহাস থিয়েটাৰৰ ‘মই গান্ধীৰ পুত্ৰ’ নাটকক লৈ বিতৰ্ক…

বিতৰ্কই লগ নেৰা হৈছে নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যক।

আৱাহনৰ ‘লভিতা’ক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া চলি থকাৰ মাজতে পুনৰ আন এক নতুন বিতৰ্কত অভিজিৎ ভট্টাচাৰ্য।

এইবাৰ ইতিহাস থিয়েটাৰৰ ‘মই গান্ধীৰ পুত্ৰ’ নাটকক লৈ সৃষ্টি বিতৰ্কৰ।

মহাত্মা গান্ধীক জন মানসত হেয় প্ৰতিপন্ন কৰাৰ অভিযোগ বিশিষ্ট শিক্ষাবিদ ফণীধৰ তালুকদাৰৰ।

শিক্ষাবিদগৰাকীৰ অভিযোগৰ পাছতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।