পৰিবহণ বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা, সকলো চিটী বাছত থাকিব লাগিব E-Ticketing ৰ মেচিন…

গুৱাহাটী মহানগৰীৰ সকলো চিটী বাছলৈ পৰিবহণ বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।

সকলো চিটী বাছত থাকিব লাগিব E-Ticketingৰ মেচিন।

য’ত জিলা পৰিবহণ বিভাগে নিৰ্ধাৰণ কৰি দিয়া মূল্যতহে যাত্ৰীৰ পৰা সংগ্ৰহ কৰিব পাৰিব বাছৰ ভাড়া।

E-Ticketingৰ মেচিন নথকা চিটিবাছৰ যাতায়ত নিষিদ্ধ ঘোষণা কৰা হ’ব।

১ নৱেম্বৰলৈ সময়সীমা কামৰূপ মেট্ৰ’ৰ জিলা পৰিবহণ বিভাগৰ।