আলফা (স্বাঃ)ত যোগদানৰ সন্দেহত ৩ যুৱকক আটক আৰক্ষীৰ…

জাগুনত আছাম ৰাইফলছৰ অভিযান।

আলফা (স্বাঃ)ত যোগদানৰ সন্দেহত ৩ যুৱকক আটক আৰক্ষীৰ।

নিশা শিৱসাগৰৰ পৰা জাগুনলৈ যোৱাৰ সময়ত আটক কৰা হৈছে যুৱককেইজনক।

তিনিওজন যুৱকৰ বিৰুদ্ধে আলফা (স্বাঃ)লৈ যোৱাৰৰ অভিযোগ।

ধৃত তিনি যুৱক টাক্কায়াধন বৌৰীক, বিজয় বৌৰীক আৰু গুনাধাৰ ৰাজাৱাৰা।

লেখাপানী আৰক্ষীয়ে ইতিমধ্যে জিম্মাত লৈছে তিনি যুৱকক।

বৰ্তমান তিনিওজন যুৱকক সোধা-পোছা অব্যাহত ৰাখিছে লেখাপানী আৰক্ষীয়ে।