সুখবৰ! ৰাষ্ট্ৰীয় ক্ৰীড়াত পুনৰ এবাৰ স্বৰ্ণজয় অসম কন্যা শিবাংগী শৰ্মাৰ…

নিউজ ডেস্ক। ৰাষ্ট্ৰীয় ক্ৰীড়াত পুনৰ এবাৰ স্বৰ্ণজয়েৰে উজ্বলিল অসম কন্যা শিবাংগী শৰ্মা।

৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সাঁতোৰৰ ১০০ মিটাৰ ফ্ৰীষ্টাইলত স্বৰ্ণজয় শিবাংগীৰ।

মানা পেটেলক চেৰ পেলাই শীৰ্ষস্থানত উপনীত হৈ শিবাংগী শৰ্মা।

উল্লেখ্য যে, গুজৰাটত অনুষ্ঠিত হৈ আছে ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা।