পূজাৰ আনন্দৰ মাজতে এক বেয়া খবৰ! পুনৰ ৰেপ’ ৰেট বৃদ্ধি কৰিলে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই…

পূজাৰ আনন্দ-উল্লাসৰ মাজতে সৰ্বসাধাৰণৰ বাবে এটা বেয়া খবৰ।

পুনৰ ৰেপ’ ৰেট বৃদ্ধি কৰিলে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই।

পুনৰ ০.৫০ শতাংশ ৰেপ’ ৰেট বৃদ্ধি কৰিলে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই।

RBIৰ ম’নিটৰী পলিচী কমিটী (MPC)ৰ বৈঠকত এই সিদ্ধান্ত।

মে’ মাহৰ পৰা এতিয়ালৈকে ১.৯০ শতাংশ ৰেপ’ ৰেট বৃদ্ধি।

ক’ৰোণাৰ সময়ছোৱাত ৪ শতাংশ আছিল ৰেপ’ ৰেট।

এতিয়া ৰেপ’ ৰেট বাঢ়ি হ’লগৈ ৫.৯০ শতাংশ।

ৰেপ’ ৰেট বৃদ্ধিৰ ফলত বাঢ়িব বেংকৰ ঋণৰ EMI.

লগতে বৃদ্ধি পাব ঘৰ, কাৰৰ লগতে অন্যান্য ঋণৰ EMI..