প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত অসুস্থ, চিকিৎসালয়ত ভৰ্তি… September 25, 2022 by NEWS DESKপ্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত অসুস্থ।গুৰুতৰভাৱে অসুস্থ মহন্তক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত।ডাউন টাউন হাস্পতালত ভৰ্তি কৰোৱা হৈছে মহন্তক।নিশা হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাত চিকিৎসালয়ত ভৰ্তি কৰাব লগীয়া হয় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক।Related Posts:ব’হাগৰ বতৰত দুঃখবৰ! বিহু গাই ওভতাৰ পথতে মৃত্যুক…দুই কণমানি কন্যাক নৃশংসভাৱে হত্যা! পাষাণ মাতৃক…ছিংগাপুৰৰ ক'ৰনাৰ আদালতৰ চূড়ান্ত ৰায়দান; প্ৰাণৰ…মোদী-শ্বাহৰ মেগা নিৰ্বাচনী প্ৰচাৰ; অসমৰ বাবে বিজেপিৰ…আকাশত বিধ্বংসী অগ্নিকাণ্ড; প্ৰশিক্ষণৰ মাজতে কাৰ্বি…দেশ মাতৃৰ সেৱাৰ সুৱৰ্ণ সুযোগঃ অসমৰ যুৱকৰ বাবে…কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত এয়া কি আচৰণ ভূপেন বৰা,…মহানগৰীত মহিলা অভিযন্তাৰ নৃশংস কাণ্ড! বক্স পালেঙৰ…বিপদ বাঢ়িব পাৰে হিমন্ত বিশ্ব শৰ্মাৰ! মুখ্যমন্ত্ৰীৰ…টিউচন শেষ কৰি বন্ধুৰ সৈতে ওলাই গৈছিল নিহা; নিশাৰ…