মৰ্মান্তিক! জটিল ৰােগত আক্ৰান্ত আৰক্ষী জােৱানে ল’লে ভয়ংকৰ পদক্ষেপ…

নিউজ ডেস্ক। পুনৰ আত্মঘাতী অসম আৰক্ষীৰ জােৱান।

এইবাৰ নিজৰ চাৰ্ভিছ কাৰ্বাইনেৰে বুকুত গুলীয়াই জীৱন ত্যাগ কৰিলে অষ্টম অসম সশস্ত্ৰ আৰক্ষী বাহিনীৰ হাবিলদাৰে।

মৃত হাবিলদাৰজনৰ নাম চিত্তৰঞ্জন চৌধুৰী।

মৃত্যুৰ সময়ত জােৱানজনৰ বয়স আুস ৫৭ বছৰ।

G1 8
মৰ্মান্তিক! জটিল ৰােগত আক্ৰান্ত আৰক্ষী জােৱানে ল’লে ভয়ংকৰ পদক্ষেপ... 2

জানিব পৰা মতে, বঙাইগাঁও জিলাৰ অভয়াপুৰীত সংঘটিত হয় এই শােকাৱহ ঘটনা।

পুৱতি নিশা ৩ঃ২৫ মান বজাত কৰ্তব্যৰত অৱস্থাতে এই পদক্ষেপ লয় জােৱানজনে।

দীৰ্ঘদিন ধৰি তেওঁ জটিল ৰোগত আক্ৰান্ত জােৱানজনৰ এনে পদক্ষেপত হতবাক হৈ পৰিছে পৰিয়ালৰ লগতে সতীৰ্থ জােৱানসকল।

এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অভয়াপুৰীত।