শোকাৱহ! পুখুৰীত গা ধুবলৈ দুই নৱম শ্ৰেণীৰ ছাত্ৰৰ সলিল সমাধি…

এক শোকাৱহ ঘটনা।

পুখুৰীত গা ধুবলৈ দুই নৱম শ্ৰেণীৰ ছাত্ৰৰ সলিল সমাধি।

অভয়াপুৰীৰ শাকোমুৰাত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।

ছাত্ৰ দুজন উমাচৰণ দাস আৰু কল্যাণ দাস বুলি জানিব পৰা গৈছে।

ছাত্ৰদ্বয় শাকোমুৰা মজলীয়া বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ আছিল।

বিদ্যালয় ছুটীৰ পিছত কেইবাজনো বন্ধুৰ সৈতে এটা পুখুৰীত গা ধুবলৈ গৈছিল ছাত্ৰ দুজনে।

স্থানীয় ৰাইজে উদ্ধাৰ কৰে দুই ছাত্ৰৰ মৃতদেহ।

ঘটনাক লৈ এতিয়া অঞ্চজুৰি পৰিছে শোকৰ ছাঁ।