বিত্তিয় কেলেংকাৰিৰ অভিযোগত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গাণনিক বিষয়া অজয় মহন্তক নিলম্বন…

নলবাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিত্তীয় কেলেংকাৰি।

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গাণনিক বিষয়া অজয় মহন্তক নিলম্বন।

বিত্তিয় কেলেংকাৰিৰ অভিযোগত চাকৰিৰ পৰা নিলম্বন কৰা হয় গাণনিক বিষয়া অজয় মহন্তক।

শৌচালয় নিৰ্মাণৰ কেলেংকাৰিৰ তদন্তত নিলম্বিত হয় বিষয়াগৰাকী।

উল্লেখ্য যে, বিত্তিয় কেলেংকাৰিত পূৰ্বেও বৰ্খাস্ত হৈছিল কেইবাজনো বিষয়া।

নিলম্বিত হৈছিল কাৰ্যবাহী অভিযন্তা অৱতাৰ সিং।

নিলম্বিত হৈছিল মুখ্য সহায়ক গোলাপ চৌধুৰী।

লগতে নিলম্বিত হৈছিল কৃষাণু তালুকদাৰ আৰু জলমিত্ৰ জিয়াউৰ।