এক ভয়ংকৰ ঘটনা।
ৰাজপথত দাওদাওকৈ জ্বলিল এখন টেংকাৰ।
টীয়কৰ কলিয়াপানীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।
কলিয়াপানীৰ আউনীআটী সত্ৰৰ তোৰণৰ সন্মুখত সংঘটিত হৈছে এই ঘটনাটো।
টেংকাৰখনৰ নম্বৰ হৈছে – এ এছ11 বিচি 0576 ।
পিছত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।
এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে কলিয়াপানী অঞ্চল।









