সাধাৰণ জনতালৈ কিছু সকাহ!
হ্ৰাস পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম।
১৯ কেজি ওজনৰ বাণিজ্যিক চিলিণ্ডাৰত ৩৬ টকাকৈ হ্ৰাস কৰাৰ সিদ্ধান্ত।
এতিয়াৰে পৰা ১৯ কিলোগ্ৰাম চিলিণ্ডাৰৰ দাম ১,৯৭৬ টকা হ’ব।
আজি অৰ্থাৎ ১ আগষ্টৰ পৰাই প্ৰযোজ্য হ’ব এই নতুন নিৰিখ।
ইয়াৰ পূৰ্বে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম ২,০১২ টকাত বিক্ৰী কৰা হৈছিল।









