বাগিছা কৰ্তৃপক্ষই মইনা নায়কক ৩ দিনৰ ভিতৰত দিব লাগিব ১৩,৩৩,০৩৪ টকা, শ্রম আয়ুক্তৰ কাৰ্যালয়ৰ নিৰ্দেশ…

নিউজ ডেস্ক। ডিব্ৰুগড় লেপেটকতা চাহ বাগিচা কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই কলঘৰত এক দুৰ্ঘটনাৰ সন্মুখীন হৈ চিকিৎসালয়ৰ বিচনাত জীৱন-মৃত্যুৰে যুঁজি আছে মইনা নায়ক।

জি এম চি এইছৰ চিকিৎসকৰ তত্বাৱধানত সুস্থ হৈছে মইনা নায়ক।

অৱশ্যে এতিয়াও ৰোগ সংক্ৰমণৰ আশংকা নুই কৰিব নােৱাৰি।

ইয়াৰ উপৰিও এতিয়াৰে পৰা প্লাষ্টিক ছাৰ্জাৰীৰ দায়িত্বত চলিব মইনা নায়কৰ চিকিৎসা।

image 232
বাগিছা কৰ্তৃপক্ষই মইনা নায়কক ৩ দিনৰ ভিতৰত দিব লাগিব ১৩,৩৩,০৩৪ টকা, শ্রম আয়ুক্তৰ কাৰ্যালয়ৰ নিৰ্দেশ... 6

ইপিনে লেপেটকটা বাগিছাৰ কৰ্তৃপক্ষলৈ সহকাৰী শ্রম আয়ুক্তই জাৰি কৰিছে কঠোৰ নিৰ্দেশনা।

বাগিছা কৰ্তৃপক্ষক মইনা নায়কক ক্ষতিপূৰণ আদায়ৰ নিৰ্দেশ প্ৰদান কৰিছে।

maina nayak
বাগিছা কৰ্তৃপক্ষই মইনা নায়কক ৩ দিনৰ ভিতৰত দিব লাগিব ১৩,৩৩,০৩৪ টকা, শ্রম আয়ুক্তৰ কাৰ্যালয়ৰ নিৰ্দেশ... 7

বাগিছা কৰ্তৃপক্ষই তিনিদিনৰ ভিতৰত আদায় দিব লাগিব ১৩,৩৩,০৩৪ টকা।

ডিব্রুগড়ৰ সহকাৰী শ্রম আয়ুক্তৰ কাৰ্যালয়ে প্ৰদান কৰিছে এই নিৰ্দেশ।

23 07 22 Guwahati Jayanta Malla visited GMCH 2
Pix by: UB Photos

লগতে চাওকঃ

CBSE ৰ দ্বাদশৰ চূড়ান্ত পৰীক্ষাত দেশজুৰি চতুর্থ স্থানত অসমৰ হৰিদ্ৰা

G6 5
বাগিছা কৰ্তৃপক্ষই মইনা নায়কক ৩ দিনৰ ভিতৰত দিব লাগিব ১৩,৩৩,০৩৪ টকা, শ্রম আয়ুক্তৰ কাৰ্যালয়ৰ নিৰ্দেশ... 8

CBSE ৰ দশম শ্ৰেণীৰ ফলাফলত দেশজুৰি দ্বিতীয় স্থানত অসমৰ লােচনা…

lochna
বাগিছা কৰ্তৃপক্ষই মইনা নায়কক ৩ দিনৰ ভিতৰত দিব লাগিব ১৩,৩৩,০৩৪ টকা, শ্রম আয়ুক্তৰ কাৰ্যালয়ৰ নিৰ্দেশ... 9