নাগাৰা নামৰ শিল্পী কৈলাস তালুকদাৰ অসুস্থ।
নাগাৰা নামৰ শিল্পী কৈলাস তালুকদাৰ উন্নত চিকিৎসাৰ দায়িত্ব ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
আজি চিকিৎসাৰ বাবে দিল্লীলৈ ৰাওনা হৈছে শিল্পীগৰাকী।
নামনি অসমৰ অন্যতম লোককৃষ্টি নাগাৰা নামৰ জনপ্ৰিয় শিল্পী কৈলাস তালুকদাৰ।
দীৰ্ঘদিন দিন ধৰি চিকিৎসাধীন হৈ আছে শিল্পীগৰাকী।
অসুস্থ শিল্পীগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে বহুতেই।









