গুৱাহাটীৰ আয়ুৰসুন্দ্ৰা হাস্পতালত ভৰ্তি কৰোৱা হ’ব জুবিন গাৰ্গক

এয়াৰ এম্বুলেঞ্চেৰে গুৱাহাটীলৈ অনা হ’ব অসুস্থ জুবিনক।

গুৱাহাটীৰ আয়ুৰসুন্দ্ৰা হাস্পতালত ভৰ্তি কৰোৱা হ’ব জুবিন গাৰ্গক।

জিএমচিএইচৰ পৰিৱৰ্তে আয়ুৰসুন্দ্ৰা হাস্পতালত ভৰ্তি কৰাটো বিচাৰিছে পৰিয়ালে।

image 209
গুৱাহাটীৰ আয়ুৰসুন্দ্ৰা হাস্পতালত ভৰ্তি কৰোৱা হ’ব জুবিন গাৰ্গক 2

সঞ্জীৱনীৰ পৰা বিমানবন্দৰলৈ গ্ৰীন কৰিড’ৰৰ ব্যৱস্থা কৰা হৈছে।

ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালৰ পৰা বিমান বন্দৰলৈ অনা হৈছে জুবিন গাৰ্গক

উল্লেখ্য যে ডিব্ৰুগড়ৰ এখন ব্যক্তিগত ৰিজ’ৰ্টৰ বাথৰুমত ঢলি পৰা জুবিনে মূৰত আঘাত পাইছে।

তেওঁৰ মূৰত ৫ টাকৈ চিলাই পৰা বুলি জানিব পৰা গৈছে।

বৰ্তমান বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত আছে জুবিন।

হাস্পতাল কৰ্তৃপক্ষই জনোৱা মতে আঘাত পালেও যথেষ্ট সুস্থ হৈ আছে জুবিন।