আজিৰ পৰা আৰম্ভ হ’ব দশম শ্ৰেণীৰ পাঠদান…

দীৰ্ঘদিনৰ অন্তত ৰাজ্যত আজিৰে পৰা আৰম্ভ হ’ব দশম শ্ৰেণীৰ পাঠদান।

সম্পূৰ্ণ ক’ভিড প্ৰটোকল মানি আৰম্ভ হ’ব পাঠদান প্ৰক্ৰিয়া।

প্ৰতিটো শ্ৰেণীকোঠাত থাকিব ৩০ জনকৈ ছাত্ৰ-ছাত্ৰী।

পাঠদান প্ৰক্ৰিয়া আৰম্ভ হোৱা উপলক্ষে ছেনিটাইজেশ্যন কৰা হৈছে শ্ৰেণীকোঠা সমূহ।

উল্লেখ্য যে, ৪০ শতাংশ পাঠ্যক্ৰম হ্ৰাসেৰে আৰম্ভ হ’ব পাঠদান।

শিক্ষাৰ্থী বেছি হ’লে শাখাত ভগাই কৰা হ’ব পাঠদান।

পৰ্যায়ক্ৰমে খুলিব আন শ্ৰেণী সমূহো।

Leave a Comment