ঈদৰ আনন্দৰ মাজতে অঘটন! দ’ খাৱৈত বাগৰিল ছুইফ্ট ডিজায়াৰ, গুৰুতৰভাৱে আহত ৩জন…

ঈদৰ আনন্দৰ মাজতে অঘটন।

দ’ খাৱৈত বাগৰিল ছুইফ্ট ডিজায়াৰ বাহন।

দৰঙৰ বেছিমাৰীত সংঘটিত হৈছে এই ভয়ংকৰ পথ দূৰ্ঘটনা৷

লালপুলৰ পৰা দলগাঁৱলৈ গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো।

দ’ খাৱৈত বাগৰিল তীব্ৰবেগী AS 13 M 3822 নম্বৰৰ ছুইফ্ট ডিজায়াৰ৷

স্থানীয় ৰাইজে দুৰ্ঘটনাগ্ৰস্ত বাহন খনৰ পৰা চাৰিগৰাকী যাত্ৰীক উদ্ধাৰ কৰে।

গুৰুতৰভাৱে আহত তিনিজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।