
শোকাৱহ! চাকৰিৰ সাক্ষাৎকাৰ দিবলৈ গৈ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে খনা ৰায় কাকতিয়ে…
এক শোকাৱহ ঘটনা।
চাকৰিৰ সাক্ষাৎকাৰ দিবলৈ গৈ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে খনা ৰায় কাকতিয়ে।
গোৱালপাৰা জিলাৰ মাটিয়াত সংঘটিত হৈছে এই ঘটনা।
জানিব পৰা মতে, চাকৰিৰ সাক্ষাৎকাৰ দিবলৈ গৈ দুৰ্ঘটনাত আহত হৈছিল খনা ৰায় কাকতি।

প্ৰায় ডেৰমাহ পূৰ্বে গোৱালপাৰাত এক পথ দুৰ্ঘটনাত পতিত হৈ গুৱাহাটী জিএনআৰচি হাস্পতালত চিকিৎসাধীন হৈ আছিল খনা ৰায় কাকতি।
কিন্তু অৱশেষত মৃত্যুৰ সৈতে হাৰ মানিলে খনা ৰায় কাকতিয়ে।
বিগত বৰ্ষৰ ২২ মে’ তাৰিখে এটা চৰকাৰী চাকৰিৰ সাক্ষাৎকাৰ দিবলৈ মাটিয়াৰ পৰা গোৱালপাৰা চহৰলৈ সম্পৰ্কীয় ভিনিহিয়েকৰ লগত বাইকেৰে গৈ থকা অৱস্থাত নামাপাৰাত এক দুৰ্ঘটনাত পতিত হৈছিল।
বিগত ডেৰমাহে জিএনআৰচিত চিকিৎসাধীন হৈ অৱশেষত মৃত্যুৰ সৈতে হাৰ মানি খনা ৰায় কাকতিয়ে।
খনাৰায় কাকতিৰ মৃত্যুত এতিয়া সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে।
লগতে চাওকঃ
এখন ব্যতিক্ৰমী বিবাহ! সুদূৰ ছুইডেনৰ পৰা আহি অসমৰ বোৱাৰী হ’ল এলিভিয়া…







Pingback: শোকাৱহ! বজ্ৰ পৰি কৰুণ মৃত্যুক সাৱটিলে এগৰাকী মহিলাই... - NEWS8 NorthEast
Pingback: মণিপুৰৰ ভূমিস্খলনস্থলীৰ পৰা উদ্ধাৰ অভিযন্তা কমলেশ তালুকদাৰৰ মৃতদেহ - NEWS8 NorthEast