অসম

শোকাৱহ! বজ্ৰ পৰি কৰুণ মৃত্যুক সাৱটিলে এগৰাকী মহিলাই…

এক শোকাৱহ ঘটনা।

বজ্ৰ পৰি কৰুণ মৃত্যুক সাৱটিলে এগৰাকী মহিলাই।

শােণিতপুৰ জিলাৰ জামুগুৰিহাটৰ চিলনিপামত বজ্ৰ পৰি এই কৰুণ ঘটনা সংঘটিত হৈছে।

254

ভূঁই ৰুই থকা অৱস্থাত হঠাৎ বজ্ৰ পৰি মৃত্যু হয় মহিলাগৰাকীৰ।

মহিলাগৰাকী জামুগুৰিহাটৰ চিলনিপামৰ মঞ্জুলিকা নৰহ বুলি জানিব পৰা গৈছে।

2 2

ৰাতিপুৱা ৬.৩০ মান বজাত সংঘটিত হৈছে এই কৰুণ ঘটনাটো।

মহিলাগৰাকীৰ মৃত্যুত অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ।

লগতে চাওকঃ

শোকাৱহ! চাকৰিৰ সাক্ষাৎকাৰ দিবলৈ গৈ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে খনাৰায় কাকতিয়ে…

photo 2022 07 05 13 35 48