অসম

নৰকাসুৰ পাহাৰৰ টি ভি টাৱাৰৰ পথত উদ্ধাৰ বাঘৰ পোৱালি…

নৰকাসুৰ পাহাৰৰ টি ভি টাৱাৰৰ পথত উদ্ধাৰ বাঘৰ পোৱালি।

মৃত অৱস্থাত উদ্ধাৰ হয় বাঘৰ পোৱালিটো।

মৃত অৱস্থাত পোৱা বাঘৰ পোৱালিটো দেখি স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে।

গাড়ীৰ খুণ্ডাত মৃত হোৱাৰ সন্দেহ।

স্থানীয় ৰাইজে উদ্ধাৰ কৰি গতাই দিয়ে প্ৰশাসনক।