অসম

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকঃ কাইলৈ ৰাজ্যিক বন্ধ ঘোষণা…

ৰাজ্য চৰকাৰৰ কবিনেট বৈঠক।

বৈঠকৰ অন্তত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ সংবাদমেল সম্বোধন মন্ত্ৰী কেশৱ মহন্ত, ৰনোজ পেগু, পৰিমল শুক্লবৈদ্যৰ।

আজিৰ কেবিনেট বৈঠকত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

সেই অনুসৰি ৰাজ্যত কাইলৈ ৰাজ্যিক বন্ধ ঘোষণা কৰা হৈছে।

কৰম পূজাৰ বাবেই ৰাজ্যিক বন্ধ ঘোষণা কৰিছে চৰকাৰে।

এই বৰ্ষৰ বাবে এই বন্ধৰ ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কেবিনেটৰ।

বাগিচাৰ লোক সকলৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত কেবিনেটৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *