ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ গৰমবন্ধ ঘোষণা, এইবাৰ গৰম বন্ধ কেতিয়া..?

ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ গৰমবন্ধ ঘোষণা।

২৫ জুনৰ পৰা ২৫ জুলাইলৈ এইবাৰ গৰমৰ বন্ধ।

২৫ জুনৰ পৰা ২৫ জুলাইলৈকে ১ মাহ গৰম বন্ধ পাব ছাত্ৰ-ছাত্ৰীয়ে।

উল্লেখ্য যে, এইবাৰ পূৰ্বতকৈ আগুৱাই দিয়া হৈছে গৰম বন্ধ।

image 200
ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ গৰমবন্ধ ঘোষণা, এইবাৰ গৰম বন্ধ কেতিয়া..? 2

কিয়নো ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰা বান পৰিস্থিতিৰ বাবে ইতিমধ্যেই বন্ধ হৈ আছে বহু শিক্ষানুষ্ঠান।

যাৰ পৰিপেক্ষিতত এইবাৰ ৫ দিন আগুৱাই দিয়া হৈছে গৰম বন্ধ।

শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰিছে এই গৰম বন্ধৰ সময়সূচী।

আনহাতে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান সমূহকো এই আৰ্হি পালন কৰিবলৈ আহ্বান জনাইছে শিক্ষামন্ত্ৰীগৰাকীয়ে।