দুৰ্বিষহ! কলৰ ভূৰত কঢ়িওৱা হ’ল বৃদ্ধৰ মৃতদেহ, সৎকাৰ কৰিবলৈ নাই ওখ ঠাই

নিউজ ডেস্ক। ভূটানৰ নদীবান্ধে সৃষ্টি কৰা বানে ধ্বংস নমাইছে নামনি অসমৰ কেবাখনাে জিলাত।

এতিয়াও বানৰ তলতে ককবকাইছে কামৰূপ জিলাৰ বানাক্ৰান্তই।

অনুৰূপ পৰিস্থিত বিৰাজ কৰিছে অন্যান্য জিলাসমূহতাে।

বানপানীয়ে দুৰ্বিষহ কৰি তুলিছে বন্যাৰ্তৰ জীৱন।

G7 7
দুৰ্বিষহ! কলৰ ভূৰত কঢ়িওৱা হ’ল বৃদ্ধৰ মৃতদেহ, সৎকাৰ কৰিবলৈ নাই ওখ ঠাই 4

ইয়াৰ মাজতে কামৰূপ জিলাৰ হাজোৰ জাপিয়াত প্ৰত্যক্ষ হ’ল এক হৃদয় বিদাৰক ঘটনা।

সৎকাৰৰ বাবে কলৰ ভূৰত কঢ়িওৱা হ’ল এগৰাকী বৃদ্ধৰ মৃতদেহ।

জানিব পৰা মতে, হাজোৰ জাপিয়াত খগেন দাস নামৰ জনৰ মৃত্যুৰ ঘটাৰ পিছতে বান ডুব গৈ থকা অঞ্চলটােৰ লােকসকলে কলৰ ভূৰত মৃতদেহ কঢ়িয়ায়।

G8 7
দুৰ্বিষহ! কলৰ ভূৰত কঢ়িওৱা হ’ল বৃদ্ধৰ মৃতদেহ, সৎকাৰ কৰিবলৈ নাই ওখ ঠাই 5

কিন্তু ইয়াৰ পিছতে সৎকাৰৰ বাবে ওখ ঠাই বিচাৰি হাহাকাৰ কৰিবলগীয়া হয় স্থানীয় লােক।

এই ক্ষেত্ৰত প্ৰশাসনৰ ভূমিকাত অসন্তুষ্ট স্থানীয় লােকসকল।

লগতে চাওকঃ

১৮ নহয়, ১৬ বছৰতে বিয়াত বহিব পাৰিব মুছলমান যুৱতী! উচ্চ ন্যায়ালয়ৰ ৰায়দান

G5 10
দুৰ্বিষহ! কলৰ ভূৰত কঢ়িওৱা হ’ল বৃদ্ধৰ মৃতদেহ, সৎকাৰ কৰিবলৈ নাই ওখ ঠাই 6