ভয়ংকৰ অঘটন! চলন্ত গাড়ীৰ ওপৰত বাগৰি পৰিল বিদ্যুতৰ খুঁটা… June 13, 2022 by NEWS DESKমাজুলীত চলন্ত গাড়ীৰ ওপৰত বাগৰি পৰিল বিদ্যুতৰ খুঁটা।মাজুলীৰ কমলাবাৰীত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।কমলাবাৰী ফেৰীঘাটলৈ গৈ থকা অৱস্থাতে এখন বলেৰো বাহনৰ ওপৰত বাগৰি পৰে খুঁটাটো।ঘটনাৰ ফলত বলেৰো বাহনখনৰ বিস্তৰ ক্ষতিসাধন হয়।চাওক ভিডিঅ’Related Posts:ব’হাগৰ বতৰত দুঃখবৰ! বিহু গাই ওভতাৰ পথতে মৃত্যুক…দুই কণমানি কন্যাক নৃশংসভাৱে হত্যা! পাষাণ মাতৃক…ছিংগাপুৰৰ ক'ৰনাৰ আদালতৰ চূড়ান্ত ৰায়দান; প্ৰাণৰ…মোদী-শ্বাহৰ মেগা নিৰ্বাচনী প্ৰচাৰ; অসমৰ বাবে বিজেপিৰ…আকাশত বিধ্বংসী অগ্নিকাণ্ড; প্ৰশিক্ষণৰ মাজতে কাৰ্বি…দেশ মাতৃৰ সেৱাৰ সুৱৰ্ণ সুযোগঃ অসমৰ যুৱকৰ বাবে…কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত এয়া কি আচৰণ ভূপেন বৰা,…মহানগৰীত মহিলা অভিযন্তাৰ নৃশংস কাণ্ড! বক্স পালেঙৰ…বিপদ বাঢ়িব পাৰে হিমন্ত বিশ্ব শৰ্মাৰ! মুখ্যমন্ত্ৰীৰ…টিউচন শেষ কৰি বন্ধুৰ সৈতে ওলাই গৈছিল নিহা; নিশাৰ…