অসম

ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিল অসম তনয়া লাভলিনা বৰগোহাঁই…

ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিল অসম তনয়া লাভলিনা বৰগোহাঁই।

অলিম্পিকৰ ছেমি ফাইনেলত পৰাস্ত হ’ল লাভলীনা বৰগোহাঁই।

তুৰ্কীৰ বুছেনাছ চাৰমেনেলিকৰ হাতত পৰাস্ত হয় লাভলীনা।

মহিলাৰ ৬৯ কেজি শাখাৰ ছেমি ফাইনেলত ৫-০ ব্যৱধানত পৰাস্ত হয় লাভলীনা।

বক্সিঙত ব্ৰঞ্জৰ পদকপ্ৰাপ্ত লাভলীনা হৈছে তৃতীয়গৰাকী ভাৰতীয়।

দুৰ্দান্ত যুঁজ দিও তুৰ্কীৰ খেলুৱৈগৰাকীৰ হাতত পৰাস্ত হয় লাভলীনা।

অলিম্পিকত পদক লাভ কৰা প্ৰথমগাৰকী অসমীয়া হৈছে লাভলীনা।

Leave a Reply

Your email address will not be published. Required fields are marked *