দেশত পুনৰ আৰম্ভ হৈছে মাৰাত্মক কৰ’ণাৰ সংক্ৰমণ।
কৰ’ণাত আক্ৰান্ত কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধী।
ছোনিয়া গান্ধীয়ে কৰ’ণাত আক্ৰান্ত হোৱাৰ পিছতে হোম আইছোলেচনত আছে।
উল্লেখ্য যে, ৮ জুনত ছোনিয়া গান্ধীক প্ৰৱৰ্তন সঞ্চালকালয়ৰ সন্মুখত হাজিৰ হ’বলৈ EDয়ে চমন জাৰি কৰিছিল।
কৰ’ণাত আক্ৰান্ত হ’লেও ছোনিয়া গান্ধীয়ে ৮ জুনতে প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ED) সন্মুখত হাজিৰ হ’ব বুলি জানিবলৈ দিছে।
Wishing Congress President Smt. Sonia Gandhi Ji a speedy recovery from COVID-19.
— Narendra Modi (@narendramodi) June 2, 2022
ইপিনে প্ৰধানমন্ত্ৰী মোদীয়ে কৰিলে নেত্ৰীগৰাকীৰ আশুআৰোগ্য কামনা কৰি টুইট কৰিছে।









