কাইলৈ সমগ্র ভাৰতত বন্ধ থাকিব পেট্র’ল পাম্প।
বন্ধৰ প্রতি সমৰ্থন উত্তৰ-পূব পেট্র’ল ডিলাৰ্ছ এছ’চিয়েছনৰ।
অসমকে ধৰি সমগ্র উত্তৰ-পূৰ্বাঞ্চলত বন্ধ থাকিব পেট্র’ল পাম্প।
তেল বিপণন কোম্পানীসমূহৰ বিৰুদ্ধে দেশজোৰা প্ৰতিবাদ উত্তৰ-পূব ভাৰত পেট্ৰ’লিয়াম ডীলাৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী।
ডীলাৰৰ ওপৰত বোজা নিদিয়াকৈ ইন্ধনৰ এক্সাইজ ডিউটী হ্ৰাসৰ দাবী।
সৰ্বভাৰতীয় পেট্ৰ’লিয়াম ডীলাৰ্ছ এছ’চিয়েশ্যনৰ দাবীক সমৰ্থন নৰ্থ-ইষ্ট পেট্ৰ’লিয়াম ডীলাৰ্ছ এছ’চিয়েশ্যনৰ।









