মাজুলীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ আক্ৰমণ।
নিৰ্বিচাৰ লাঠীচালনাত আহত কেইবাজনো প্ৰতিবাদকাৰী।
মুখ্যমন্ত্ৰীৰ মাজুলী ভ্ৰমণৰ সময়ত কৰিছিল প্ৰতিবাদ।
আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ আক্ৰমণ প্ৰতিবাদকাৰীৰ ওপৰত।
গড়মূৰত বিভিন্ন দল-সংগঠনৰ লগতে সাধাৰণ ৰাইজে অব্যাহত ৰাখিছে প্ৰতিবাদ।
নিমাতী ঘাটৰ নাও দুৰ্ঘটনাক কেন্দ্ৰ কৰি চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিছিল প্ৰতিবাদ।
প্ৰতিবাদকাৰীৰ সৈতে খণ্ডযুদ্ধতো লিপ্ত হয় আৰক্ষী।
প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীক বাধা দিবলৈ গৈ লাঠী চালনা কৰিলে আৰক্ষীয়ে৷ ঘটনাস্থলীত আৰক্ষী অধীক্ষক উপস্থিত হৈছে যদিও পৰিস্থিতি নিয়ন্ত্ৰণ হোৱা নাই।
ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা মাজুলীত উপস্থিত হোৱাৰ প্ৰাকক্ষণত বৃহস্পতিবাৰে এইদৰে উত্তপ্ত হ’ল মাজুলীৰ জিলা সদৰ গড়মূৰ









