ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত পৰিল চুইফট ডিজায়াৰ বাহন…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত পৰিল চুইফট ডিজায়াৰ বাহন।

বৰছলা বিধান সভা সমষ্টিৰ শিঙৰী আৰক্ষী থানাৰ অন্তৰ্গত নতুন চিৰাজুলীত সংঘটিত হৈছে এই দুৰ্ঘটনাটো।

930
ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত পৰিল চুইফট ডিজায়াৰ বাহন... 3

উল্লেখ্য যে বৰছলা সমষ্টিৰ অন্তৰ্গত নতুন চিৰাজুলীত অসম মালাৰ নতুন পথ নিৰ্মাণ কৰি থকা অৱস্থাত এএছ ১২জেড ৮৫০৪ নম্বৰৰ এখন ছুইফট ডিজায়াৰ বাহন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দ’ খাৱৈত বাগৰি পৰে।

image 163
ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত পৰিল চুইফট ডিজায়াৰ বাহন... 4

উক্ত ঘটনাত বাহনখনৰ ভিতৰত থকা কেইবাগৰাকী লোকৰ আঘাত গুৰুতৰ হোৱা নাই যদিও কিছুপৰিমাণে আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে।

আহত লোককেইজনক ঢেকিয়াজুলি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

Leave a Comment