পুনৰ মাধমাৰ! গুৱাহাটীৰ-শিলচৰৰ মাজৰ বিমান ভাড়া বৃদ্ধিৰ সিদ্ধান্ত…

পুনৰ সাধাৰণ জনতাৰ মূৰত মাধমাৰ।

গুৱাহাটীৰ-শিলচৰৰ মাজৰ বিমান ভাড়া বৃদ্ধিৰ সিদ্ধান্ত।

গুৱাহাটী-শিলচৰ আৰু শিলচৰ-গুৱাহাটীৰ মাজত বিশেষ জৰুৰীকালীন বিমানত ভাড়া বৃদ্ধি।

প্ৰতিটো টিকটৰ বাবে ৩৫০০ টকাৰ ভাড়া ব্যয়ৰ সৈতে অধিক সম্প্ৰসাৰিত কৰা হৈছে।

এতিয়াৰ পৰা যাত্ৰী সকলে জৰুৰীকালীন যাত্ৰাৰ বাবে গুৱাহাটী-শিলচৰৰ মাজৰ যাত্ৰাত পূৰ্বতকৈ অধিক টকা ভৰিব লাগিব।

শিলচৰ বিমান কৰ্তৃপক্ষৰ দ্বাৰা সদৰি কৰা হৈছে এই বিষয়ে।

Leave a Comment