নতুন দিল্লীত ৰাহুল গান্ধীক সাক্ষাত্‍ বিধায়ক অখিল গগৈৰ…

নতুন দিল্লীত ৰাহুল গান্ধীক সাক্ষাত্‍ বিধায়ক অখিল গগৈৰ।

প্ৰদেশ কংগ্ৰেছৰ কিছু সংখ্যক নেতাৰ বাবে ২১ত মিত্ৰতা হোৱা নাছিল বুলি মন্তব্য অখিলৰ।

এইবাৰ মিত্ৰতা হব বুলি আশাবাদী অখিল গগৈ।

জিতেন্দ্ৰ সিং আৰু মুকুল ৱাচনিকৰ সৈতে সম্পর্ক ৰক্ষা কৰিবলৈ ৰাহুল গান্ধীৰ আহ্বান অখিল গগৈক।

প্ৰদেশ কংগ্ৰেছ নেতাই ৰাহুল গান্ধীৰ নিৰ্দেশ পালে মিত্ৰতাত বাধা নিদিয়ে।

উল্লেখ্য যে, বিগত কেইবাদিনো ধৰি দিল্লীত বাহৰ পাতি আছে অখিল গগৈ।

সাক্ষাত কৰিছে বিৰোধী দলৰ নেতাসকলক।

Leave a Comment