অসম

অসম-মেঘালয় সীমান্তত দুৰ্বৃত্তৰ গুলীচালনা, নিহত এজন…

অসম-মেঘালয় সীমান্তত দুৰ্বৃত্তৰ গুলীচালনাৰ ঘটনা।

গোৱালপাৰা জিলাৰ হাতীগাঁৱত সংঘটিত হৈছে এই ঘটনা।

দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলীত নিহত হৈছে এজন লোক।

নিহত লোকজনৰ নাম তাপচ ৰাভা বুলি জানিব পৰা গৈছে।

হাতীগাঁও পাহাৰত ৰবৰ কাটিবলৈ গৈছিল গুলীবিদ্ধ হৈ নিহত হোৱা লোকজন।

সোমবাৰে পুৱা ৪ বজাত সংঘটিত হৈছে এই ঘটনা।

Leave a Reply

Your email address will not be published. Required fields are marked *