মহানগৰীত নিৰুদ্দেশ অষ্টম শ্ৰেণীৰ ছাত্র কৌশিক বড়ো…

মহানগৰীত নিৰুদ্দেশ অষ্টম শ্ৰেণীৰ এগৰাকী ছাত্র।

সন্ধানহীন হোৱা ছাত্ৰজন হৈছে কৌশিক বড়ো।

দেওবাৰে দিনৰ ভাগৰ পৰাই নিৰুদ্দেশ হৈ আছে ছাত্র জন।

মালিগাঁও কেন্দ্ৰীয় বিদ‍্যালয়ৰ ছাত্র কৌশিক।

image 2022 03 21 083439
মহানগৰীত নিৰুদ্দেশ অষ্টম শ্ৰেণীৰ ছাত্র কৌশিক বড়ো... 2

গুৱাহাটী মালিগাঁওৰ নিবাসী কৌশিক।

ইতিমধ্যে ঘটনা সন্দৰ্ভত মালিগাঁও থানাত FIR দাখিল কৰিছে পৰিয়ালৰ লোকে।

কোনো ব‍্যক্তিয়ে সম্ভেদ পালে 9401900125 , 9401900221 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।

Leave a Comment