দুঃখবৰ! ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা ফুটবলাৰ চাবিনা মিঞ্জৰ মৃত্যু, দুর্ঘটনাত হৈছিল আঘাতপ্ৰাপ্ত…

ৰাজ্যবাসীৰ বাবে এক দুঃখবৰ।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা ফুটবলাৰ চাবিনা মিঞ্জৰ মৃত্যু।

পথ দুর্ঘটনাত আঘাতপ্ৰাপ্ত হৈ কিছুদিন ধৰি ডিব্ৰুগড় AMCH চিকিৎসাধীন হৈ আছিল খেলুৱৈ গৰাকী।

9 4
দুঃখবৰ! ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা ফুটবলাৰ চাবিনা মিঞ্জৰ মৃত্যু, দুর্ঘটনাত হৈছিল আঘাতপ্ৰাপ্ত... 4

মৰাণ খোৱাঙৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ শনিবাৰে শেষ নিশ্বাস ত্যাগ কৰে।

খোৱাঙৰ শালমাৰি চাহ বাগিছাৰ বাসিন্দা ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা ফুটবল খেলুৱৈগৰাকীয়ে মৰাণত এক পথ দুৰ্ঘটনাত ভৰিত গুৰুতৰভাৱে আঘাত পোৱাৰ পিছতে অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়।

image 3
দুঃখবৰ! ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা ফুটবলাৰ চাবিনা মিঞ্জৰ মৃত্যু, দুর্ঘটনাত হৈছিল আঘাতপ্ৰাপ্ত... 5

চিকিৎসাধীন অৱস্থাতে ক্ৰীড়ামন্ত্ৰী বিমল বৰাই স্বাস্থ্যৰ বুজ লৈ খেলুৱৈগৰাকীক উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ লৈ যোৱাৰ বাবেও যো-জা চলাইছিল।

কিন্তু তেওঁৰ স্বাস্থ্য অধিক জটিল হৈ পৰাত বাহিৰলৈ নিব পৰা নাছিল চিকিৎসকৰ দলে।

photo 2022 03 12 17 01 37
দুঃখবৰ! ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা ফুটবলাৰ চাবিনা মিঞ্জৰ মৃত্যু, দুর্ঘটনাত হৈছিল আঘাতপ্ৰাপ্ত... 6

অৱশেষত শনিবাৰে তেওঁ অসম চিকিৎসা মহাবিদ্যলয়ত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰাত ক্ৰীড়া প্ৰেমীৰ মাজত শোকৰ ছাঁ পৰিছে।

Leave a Comment