চলন্ত বাহনৰ ওপৰত পৰিল প্ৰকাণ্ড গছ, থিতাতে মৃত্যু মৃত্যু

নিউজ ডেস্ক। এক শোকাৱহ পথ দুৰ্ঘটনা।

চলন্ত বাহনৰ ওপৰত গছ পৰি দুৰ্ঘটনাত থিতাতে এজনৰ মৃত্যু।

এই দুৰ্ঘটনা সংঘটিত হৈছে জোনাই মহকুমাৰ অন্তৰ্গত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লাইমেকুৰী ৰাকুত ককেত।

1 8
চলন্ত বাহনৰ ওপৰত পৰিল প্ৰকাণ্ড গছ, থিতাতে মৃত্যু মৃত্যু 5

এখন বাহনৰ ওপৰত এডাল প্ৰকাণ্ড গছ পৰাৰ ফলতে বাহনখন দুৰ্ঘটনাত পতিত হৈ এজন লোকৰ মৃত্যু হয়।

p2 6
চলন্ত বাহনৰ ওপৰত পৰিল প্ৰকাণ্ড গছ, থিতাতে মৃত্যু মৃত্যু 6

উল্লেখ্য যে লাইমেকুৰীৰ পৰা বৈকুণ্ঠপুৰ অভিমুখে আহি থকা এএছ-০১এডি-৬৫০২ নম্বৰৰ এখন ৱেগনাৰ বাহনৰ ওপৰত এডাল প্ৰকাণ্ড শুকান গছ বাগৰি পৰাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাটোত বাহনখনৰ চালকজন থিতাতে মৃত্যু হয়।

p3 2
চলন্ত বাহনৰ ওপৰত পৰিল প্ৰকাণ্ড গছ, থিতাতে মৃত্যু মৃত্যু 7

মৃত লোকজন ৰামধন মালী ৰুস্তম দলে ওৰফে ৰাজা দলে বুলি জানিব পৰা গৈছে।

লগতে চাওকঃ

ডাম্পাৰে মহটিয়াই নিলে স্কুটি, থিতাতে মৃত্যু পলটেকনিকৰ ছাত্ৰ অংশুমান…

G1 15
চলন্ত বাহনৰ ওপৰত পৰিল প্ৰকাণ্ড গছ, থিতাতে মৃত্যু মৃত্যু 8

Leave a Comment